সমললৈ যাওক

চীনা ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia চীনা ৱিকিপিডিয়া
ইউ আৰ এল zh.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা চীনা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

চীনা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চীনা সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 14,40,234 প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত চীনা ৱিকিপিডিয়াৰ ১৪,৪০,২৩৪ টা প্ৰবন্ধ, ৩৫,৭৮,০০০ গৰাকী সম্পাদক, ৬৫ গৰাকী প্ৰশাসক আৰু ৬৮,১৫৮ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,৩৭,৮২,৮৩৩।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

চীনা ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]